মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী!

0 119

মৰিগাঁওৰ ভূৰাগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বহিদুল ইছলাম নামৰ সৰবৰাহকাৰীটোক। আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলাইছিল।

পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা। অৱশ্যে শ্বহিদুলৰ গাত নালাগিল গুলী। খেদি খেদি কৰায়ত্ত কৰে আৰক্ষীয়ে। সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰে ড্ৰাগছ।

Leave A Reply

Your email address will not be published.