মুখ্য বাতৰি

গণৰাজ্য দিৱসৰ পূৰ্বে তৎপৰ আৰক্ষী, স্নিফাৰ ডগৰ সহায়ত তন্ন-তন্নকৈ পৰীক্ষা

গণৰাজ্য দিৱসৰ পূৰ্বে গুৱাহাটী ৰে'লৱে ষ্টেচনত আৰক্ষীৰ ব্যাপক অভিযান চৰকাৰী ৰে'ল আৰক্ষী আৰু ৰে'লৱে সীমান্ত শাখাৰ এই যৌথ অভিযান তন্নতন্নকৈ পৰীক্ষা কৰিছে ৰে'লৱে ষ্টেচনলৈ অহা যাত্ৰী...

মালাইকাৰ পৰা চঈফ আলী খানলৈকে, বিবাহ বিচ্ছেদৰ পিছত এইসকল তাৰকাই বিচাৰি পালে সঁচা প্ৰেম!

বলীউডৰ বহু তাৰকা আছে যাৰ জীৱন বিবাহ ভংগ অথবা বিবাহ বিচ্ছেদৰ বাবে চৰ্চিত। এই চেলিব্ৰেটীসকলৰ বাবে বিবাহ বিচ্ছেদৰ পিছত নিজক স্বাভাৱিক কৰি ৰখাটো কঠিন...

২০২২ৰ IPLত দেখা নাপাব এই সকল খেলুৱৈক

আই পি এলৰ Mega Auctionৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে। সকলো দলে ইতিমধ্যে তেওঁলোকৰ ৰাখিবলগীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে আনহাতে লীগত যোগদান কৰা দুয়োটা...

লখিমপুৰলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

অসমৰ উত্তৰ-পূব কোণত অৱস্থিত এখন বিখ্যাত জিলা লখিমপুৰ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ...

দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ

শুকুৰবাৰৰ তুলনাত দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ২৪ ঘণ্টাত দেশত সংক্ৰমিত ৩ লাখ ৩৭ হাজাৰ লোকশুকুৰবাৰৰ তুলনাত এই সংখ্যা ২.৭ শতাংশ কমসক্ৰিয় ক’ভিড আক্ৰান্তৰ হাৰ...

Popular