গণৰাজ্য দিৱসৰ পূৰ্বে তৎপৰ আৰক্ষী, স্নিফাৰ ডগৰ সহায়ত তন্ন-তন্নকৈ পৰীক্ষা

গণৰাজ্য দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’লৱে ষ্টেচনত আৰক্ষীৰ ব্যাপক অভিযান

চৰকাৰী ৰে’ল আৰক্ষী আৰু ৰে’লৱে সীমান্ত শাখাৰ এই যৌথ অভিযান


তন্নতন্নকৈ পৰীক্ষা কৰিছে ৰে’লৱে ষ্টেচনলৈ অহা যাত্ৰী তথা সামগ্ৰী। স্নিফাৰ ডগৰ সহায়ত পৰীক্ষা কৰিছে আৰক্ষীয়ে


উগ্ৰপন্থী সংগঠনৰ ভাবুকি নাই যদিও নিৰাপত্তাৰ ক্ষেত্ৰত কৃপণালী কৰা নাই আৰক্ষীয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...