মুখ্য বাতৰি

দেশৰ ভিতৰতে অসম আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু

দেশৰ ভিতৰতে অসম আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু২,১৭৯টা গোচৰেৰে দেশৰ শীৰ্ষত অসম আৰক্ষীনেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্যমাথোঁ ৩টা গোচৰতহে চার্জশ্বীট দাখিলSP, DSP,...

জোতা-চেণ্ডেলৰ দোকানত চলাই আহিছিল ড্ৰাগছৰ বেহা। ১,২৫০টা টেবলেটসহ জালত মুক্তাদুৰ ৰহমান

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। হাটশিঙিমাৰীত ১,২৫০টা ডব্লিউ ৱাই 37 নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰিছে এজনক। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ সুখচৰ-হাজিৰহাটত আৰক্ষীয়ে অভিযান...

দুবছৰীয়া কণমানিৰ ডিঙিৰে গুলী ওলাই গৈ ওলমি ৰ’ল মাতৃৰ ডিঙিত, বনৰক্ষীৰ গুলীত থকাসৰকা মাতৃ-পুত্ৰ

হাতী খেদিবলৈ বনৰক্ষীয়ে কৰা গুলীচালনাত দুবছৰীয়া দেৱশিশুৰ কৰুণ মৃত্যু, এতিয়াও হাস্পতালত জীৱন-মৃত্যুৰ যুঁজ মাতৃৰ। এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। শুকুৰবাৰে আবেলি হাতী খেদিবলৈ বনৰক্ষীয়ে...

কৃষক বিদ্ৰোহৰ সফল সামৰণি, ঘৰমুৱা কৃষক

কৃষক বিদ্ৰোহৰ সফল সামৰণিৰ পিছত এতিয়া ঘৰমুৱা হৈছে কৃষক। এবছৰতকৈও অধিক কাল ৰ’দে-বৰষুণে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকে সফল কৰিলে তেওঁলোকৰ বিদ্ৰোহ। বহু লাঠীচালনা হ’ল,...

HS পৰীক্ষা(বিশেষ)ৰ ফলাফল ঘোষণা, কোন বিভাগত কিমান উত্তীৰ্ণ?

ঘোষণা হ’ল HS চূড়ান্ত পৰীক্ষাৰ(বিশেষ) ফলাফল। দিনৰ ১২ বজাৰ লগে লগে ৱেবচাইটযোগে প্ৰকাশ কৰে ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিছিল পৰীক্ষা। ১০...

Popular