যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত পেলালে আমেৰিকা-ইৰানে। ১৪ দিনলৈ যুদ্ধ নকৰে আমেৰিকা আৰু ইৰানে। যুদ্ধ বিৰতিৰ বাবে ইৰানে আমেৰিকাক বান্ধি দিলে কেইবাটাও চৰ্ত। চৰ্তসমূহক লৈ আলোচনাৰ সন্মতি ড’নাল্ড ট্ৰাম্পৰ। ১০ এপ্ৰিলত ইছলামাবাদত চলিব আলোচনাৰ প্ৰক্ৰিয়া।

কিন্তু ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

১/ হিংসা নহয়, অহিংসাৰ প্ৰতি দায়বদ্ধতা
২/ হৰমুজ জলদ্বীপৰ ওপৰত ইৰানৰ নিয়ন্ত্ৰণ অব্যাহত থকা
৩/ সকলো প্ৰাথমিক নিষেধাজ্ঞা আঁতৰাই দিয়া
৪/ সকলো কঠোৰ নিষেধাজ্ঞা বাতিল কৰা
৫/ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো প্ৰস্তাৱ শেষ কৰা
৬/ গৱৰ্ণৰ ব’ৰ্ডৰ সকলো প্ৰস্তাৱ শেষ কৰা
৭/ আমেৰিকাৰ সামৰিক বাহিনী প্ৰত্যাহাৰ কৰা
৮/ লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে কৰা যুদ্ধ বন্ধ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...