হাইলাকান্দিৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কক নিলম্বন

  • হাইলাকান্দিৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কক নিলম্বন
  • হাইলাকান্দিৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে নিলম্বিত আব্দুল মালিক মজুমদাৰ
  • জালিয়াতি, ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত নিলম্বন মজুমদাৰক
  • অনুকম্পামূলক নিযুক্তিৰ প্ৰাৰ্থীক মজুমদাৰে দাবী কৰিছিল ৩ লাখ
  • ঘোচ নিদিয়াত মজুমদাৰে নিয়োগ কমিটীক নিদিলে প্ৰাৰ্থীজনৰ আবেদন
  • ACS বিষয়া ইভা দাসক সমস্ত অভিযোগৰ তদন্তৰ দায়িত্ব DCৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাইক্ৰ’ছফ্ট-গুগলৰ পিছত এইবাৰ মেটাৰ বৃহৎ পদক্ষেপ! ফ্ৰান্সত ১০০ কৰ্মচাৰীক চাকৰি এৰাৰ প্ৰস্তাৱ, ১০ মাহৰ দিব ক্ষতিপূৰণ

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ মাজত কৰ্মচাৰী পুনৰ্গঠনৰ প্ৰৱণতা বৃদ্ধি...

গীতে-মাতে সুধাকণ্ঠক স্মৰণ, ৰাজ্যজুৰি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ১৫সংখ্যক মৃত্যু বাৰ্ষিকী পালন

আজি বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ১৫সংখ্যক মৃত্যু...