NKTV Impact | ৰাজ-মৰমীলৈ সহায়ৰ হাত ডিব্ৰুগড় জিলা প্ৰশাসনৰ

পিতৃ–মাতৃক হেৰুৱাই দিশহাৰা হৈ পৰা চাবুৱাৰ দুই শিশু ৰাজ আৰু মৰমীলৈ সহায়ৰ হাত আগবঢ়ালে ডিব্ৰুগড় জিলা প্ৰশাসনে। NKTVত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ৰাজ আৰু মৰমীৰ কাষত উপস্থিত হয় প্ৰশাসনৰ লোক। দুলীয়াজান আৰু ৰহমৰীয়াত অৱস্থিত RSTCত ৰাজ আৰু মৰমীৰ পঢ়া–শুনাৰ ব্যৱস্থা কৰি দিয়ে জিলা প্ৰশাসনে। শিশু দুটিৰ মাতৃৰ আদ্যশ্ৰাদ্ধৰ বাবে উপায়ুক্ত বিশ্বজিৎ পেগুৱে আৰ্থিক সাহায্যৰ লগতে খাদ্য সামগ্ৰীও প্ৰদান কৰে।

https://www.youtube.com/watch?v=Ux2O8QqZRfk
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...