Tag: NKTV

Browse our exclusive articles!

চন্দ্ৰৰ দক্ষিণ মেৰুৰ বাহিৰেও আন ৪ স্থানত মানৱ অভিযানৰ পৰিকল্পনা! মংগল যাত্ৰাৰ পথো হ’ব সুগম

চন্দ্ৰৰ অজানা ৰহস্য উদ্ঘাটনৰ নতুন সম্ভাৱনা, চাৰিটা স্থানত গৱেষণাৰ...

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ ৰাওনা অসমৰ প্ৰথমটো দল

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ ৰাওনা অসমৰ প্ৰথমটো দল। সোমবাৰে অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাই আনুষ্ঠানিকভাৱে অসম দলটোক শুভেচ্ছা...

মৌ-মাখি বা বৰলে কামুৰিলে কৰক এইসমূহ কাম

মৌ-মাখি বা বৰল দেখিলেই আমি সকলো সাৱধান হৈ উঠো। ইয়াৰ কাৰণ বৰল বা মৌ-মাখিয়ে কামোৰাৰ ফলত অসহ্যকৰ বিষ সহ্য কৰিব লগা হয়। আনকি কেতিয়াবা...

১০ হাজাৰ টকা উৎকোচ লৈ আটক BDO

ডবকাৰ বিন্নাকান্দি ব্লকৰ BDOক আটক কঠিয়াতলীত দুৰ্নীতি নিবাৰক শাখাই আটক কৰে BDOগৰাকীক শেৱালী চক্ৰৱৰ্তী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত গাড়ীত গৈ থকা অৱস্থাতে আটক কৰে BDOগৰাকীক ১০ হাজাৰ...

হামাছৰ বিৰুদ্ধে অধিক আগ্ৰাসী ইজৰাইলী বাহিনী

হামাছৰ বিৰুদ্ধে ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে ইজৰাইলৰ আক্ৰমণ। হামাছৰ ঘাটি স্বৰূপ গাজাত দিনে–নিশাই ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী বাহিনীয়ে। এইবাৰ জল, স্থল, আকাশ মাৰ্গেৰে...

শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাত্ৰ ৪টা দিন, দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যস্ততা

শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাত্ৰ ৪টা দিনদুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যস্ততামৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীপূজাথলী সমূহতো পাৰভঙা উচাহআটকধুনীয়া মণ্ডপেৰে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ...

Popular

চন্দ্ৰৰ দক্ষিণ মেৰুৰ বাহিৰেও আন ৪ স্থানত মানৱ অভিযানৰ পৰিকল্পনা! মংগল যাত্ৰাৰ পথো হ’ব সুগম

চন্দ্ৰৰ অজানা ৰহস্য উদ্ঘাটনৰ নতুন সম্ভাৱনা, চাৰিটা স্থানত গৱেষণাৰ...

মুখ্যমন্ত্ৰীৰ বাসগৃহ অভিমুখে ১২ হাজাৰ কৃষক; বিলাসী বাহনেৰে সমদল কৰি ৰাওনা প্ৰতিবাদী কৃষক

মহাৰাষ্ট্ৰত কৃষকৰ ঋণ ৰেহাই, খৰাঙৰ ক্ষতিপূৰণ আৰু শস্য বীমাৰ...
spot_imgspot_img