১০ হাজাৰ টকা উৎকোচ লৈ আটক BDO

  • ডবকাৰ বিন্নাকান্দি ব্লকৰ BDOক আটক
  • কঠিয়াতলীত দুৰ্নীতি নিবাৰক শাখাই আটক কৰে BDOগৰাকীক
  • শেৱালী চক্ৰৱৰ্তী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত
  • গাড়ীত গৈ থকা অৱস্থাতে আটক কৰে BDOগৰাকীক
  • ১০ হাজাৰ টকা উৎকোচ লৈ আটক শেৱালী চক্ৰৱৰ্তী
  • ধৃত BDO শেৱালী চক্ৰৱৰ্তীৰ নগাঁৱৰ বাসগৃহত আৰক্ষীৰ অভিযান
  • বিষয়াগৰাকীৰ আমোলাপট্টিত থকা বিশাল অট্টালিকাত অভিযান চলাইছে আৰক্ষীয়ে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...