মৌ-মাখি বা বৰলে কামুৰিলে কৰক এইসমূহ কাম

মৌ-মাখি বা বৰল দেখিলেই আমি সকলো সাৱধান হৈ উঠো। ইয়াৰ কাৰণ বৰল বা মৌ-মাখিয়ে কামোৰাৰ ফলত অসহ্যকৰ বিষ সহ্য কৰিব লগা হয়। আনকি কেতিয়াবা এই বিষৰ ফলত হাস্পতাললৈ যাব লগা পৰিস্থিতিও হয়। এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনাক এনে কিছুমান টিপচ দিম যিসমূহ ব্যৱহাৰ কৰিলে আপোনাৰ মৌ-মাখি বা বৰলে কামুৰা বিষৰ পৰা যথেষ্ট সকাহ পোৱা যায়।

মৌ-মাখি বা বৰলে কামুৰিলে কৰক এইসমূহ কাম

১. এলভেৰাই শীতলতা প্ৰদান কৰে৷ মৌমাখিয়ে কামুৰিলে এলভেৰা জেল কামুৰা স্থানত লগাব লাগে৷

২. নেমু টেঙাৰ ৰস কামোৰা ঠাইত লগাব লাগে। এনে কৰিলে যন্ত্ৰণা দূৰ হ’ব, ফুলাও কমিব আৰু বিষো কমি যাব।

৩. কামোৰা ঠাইত মৌ জোল ঘহিলেও বিষ যথেষ্ট কমে আৰু ফুলাও কমে।

৪. ঘিউ আৰু নিমখ মিহলাই কামোৰা ঠাইত লগাব।

৫. আদাৰ ৰস নাইবা পিঁয়াজৰ ৰস কামুৰা সেই ঠাইত সানিব লাগে|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...