Tag: News

Browse our exclusive articles!

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ যুৱকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে। শুকুৰবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে। ১৫ আগষ্টৰ...

শ্বিলঙৰ পেট্ৰ’ল পাম্পত হাহাকাৰ, অসমে ইন্ধনৰ যোগান বন্ধ কৰাৰ ভাবুকি

অসম আৰু মেঘালয়ৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে শুকুৰবাৰে নিশা শ্বিলঙৰ কেইবাটাও পেট্ৰ’ল পাম্পত দীঘলীয়া শাৰী দেখা যায়। পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ যোগান ব্যাহত...

ডায়মণ্ড লীগত ৰূপৰ পদক নীৰজ চোপ্ৰাৰ, ৯ ছেন্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ

ল’জান ডায়মণ্ড লীগত ৮৮.০৫ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰি ছিজনৰ শ্ৰেষ্ঠ প্ৰদৰ্শন নীৰজৰ; ৮৮.১৪ মিটাৰেৰে স্বৰ্ণ জয় শ্ৰীলংকাৰ ৰুমেশ পথিৰাগেৰ ল’জান ডায়মণ্ড লীগত ৰূপৰ পদকতে...

হৰমুজত আকৌ যুদ্ধৰ আশংকা? আমেৰিকাৰ কঠোৰ পদক্ষেপৰ পাছত ইৰাণৰ হুংকাৰ

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ একাধিক প্ৰচেষ্টা বিফল হোৱাৰ পাছত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীক লৈও পৰিস্থিতি উত্তপ্ত...

বৌদ্ধ মঠত ধ্যান কৰি থাকোঁতেই ম্যানমাৰ সেনাৰ এয়াৰষ্ট্ৰাইক, মৃত্যু ১৪জনৰ

ম্যনমাৰত পুনৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। শুকুৰবাৰে ম্যানমাৰৰ কেন্দ্ৰীয় চাগাইং অঞ্চলৰ এখন বৌদ্ধ মঠত ম্যানমাৰ সেনাই চলোৱা এয়াৰষ্ট্ৰাইকত কমেও ১৪জন লোক নিহত হোৱাৰ লগতে প্ৰায় ২০জন...

Popular

Subscribe

spot_imgspot_img