Tag: News

Browse our exclusive articles!

স্বামী নুৰ ইছলামে ছুৰীৰে হত্যা কৰিলে পত্নী আছিয়া বেগমক, গাৰ্হস্থ্য হিংসাৰ ভয়ংকৰ পৰিণতি!

ঈদৰ আনন্দৰ মাজতে মঙলদৈত চাঞ্চল্যকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ বাবেই স্বামী নুৰ ইছলামে ছুৰীৰে হত্যা কৰে পত্নী আছিয়া বেগমক। মঙলদৈৰ বান্দীয়া গাঁৱত চাঞ্চল্য। মঙলদৈৰ ২নং...

কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনাৰ সময়তে অসমত জালত পৰিল ৰোহিংগীয়া, উদ্দেশ্য কি আছিল?

কৰিমগঞ্জৰ বদৰপুৰত ৰোহিংগীয়া শৰণাৰ্থী আটক। জিআৰপি আৰু আৰপিএফৰ যুটীয়া অভিযান। বদৰপুৰৰ পৰা লামডিং অভিমুখী ৰাণী কমলাপতি স্পেচিয়েল ৰে'লত আৰক্ষীৰ তালাচী অভিযানৰ সময়ত আটক কৰে...

প্ৰাক্তন বিধায়ক ডালিম চন্দ্ৰ ৰায়ৰ দেহাৱসান

গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক ডালিম চন্দ্ৰ ৰায়ৰ মৃত্যু। সোমবাৰে নিশা প্ৰায় ১১ মান বজাত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বেমাৰত ভুগি আছিল...

OLXত ফাৰ্নিচাৰ ক্ৰয়ৰ নামত প্ৰৱঞ্চকে লুটিলে ধন!

মহানগৰীত অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জালOLXত ফাৰ্নিচাৰ ক্ৰয়ৰ নামত প্ৰৱঞ্চকে লুটিলে ধনৰুবী কটকী নামৰ চিকিৎসক গৰাকীৰ পৰা ধন লুট৭৭৩৫৭২৯৯৫০ নম্বৰৰ পৰা প্ৰৱঞ্চকে কৰিছিল ফোননীতিশ কুমাৰ...

ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনা!

ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনাদুটা ফৈদৰ মাজত সংঘৰ্ষক লৈ সৃষ্টি হয় উত্তেজনাপৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনাতাৎক্ষণিকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰিলে জিলা প্ৰশাসনেসকলোকে শান্তি...

Popular

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...

Subscribe

spot_imgspot_img