Tag: Assam

Browse our exclusive articles!

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধ

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধMMCHৰ সলনি ধীৰেণপাৰা, পাণ্ডু FRUত ৰোগীক চিকিৎসাগুৱাহাটীত হ’ব দ্বিতীয়খন মেডিকেল কলেজ হাস্পতালআন্তঃগাঁথনিৰ উন্নীতকৰণ হ’ব MMCHৰ

নৱবৰ্ষৰ পুৱাই বৈষ্ণো দেৱী মন্দিৰত অঘটন, হেঁচা-ঠেলাত প্ৰাণ হেৰুৱালে ১২জনকৈ ভক্তই!

নৱবৰ্ষৰ পুৱাই বৈষ্ণো দেৱী মন্দিৰত অঘটনহেঁচা-ঠেলাত প্ৰাণ হেৰুৱালে ১২জনকৈ ভক্তইআহত আন কেইবাজনো ভক্তনৱবৰ্ষত আশিস বিচাৰি মন্দিৰত সমবেত হৈছিল শ শ লোকমন্দিৰৰ বাহিৰৰ ত্ৰিকূট পাহাৰৰ...

বিশ্ববাসীয়ে আদৰিলে নতুন বৰ্ষক

সময়ৰ আলি দোমোজাত আৰু এটা বছৰে মেলানি মাগিলে। আগমন ঘটিল এটা নতুন বৰ্ষৰ। ২০২২ৰ আগমনৰ লগে লগে সূত্ৰপাত ঘটিব বহু নতুনত্বৰ। নৱবৰ্ষৰ আগমনৰ লগে...

বিশ্ববাসীয়ে আদৰিলে ২০২২ক, নৱবৰ্ষৰ আগমনৰ লগে লগে বিশ্বজুৰি আনন্দ উছাহৰ ঢল

সময়ৰ আলি দোমোজাত আৰু এটা বছৰে মেলানি মাগিলে। আগমন ঘটিল এটা নতুন বৰ্ষৰ। ২০২২ৰ আগমনৰ লগে লগে সূত্ৰপাত ঘটিব বহু নতুনত্বৰ। নৱবৰ্ষৰ আগমনৰ লগে...

অসমলৈ আহি আছে বুষ্টাৰ ড’জ…

ক’ভিডৰ সৈতে মোকাবিলা কৰিবৰ বাবে অসমতো প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ। ক’ভিডৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ বুষ্টাৰ ড’জ প্ৰদান কৰাৰ পৰিকল্পনা। প্ৰথমে স্বাস্থ্য...

Popular

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

Subscribe

spot_imgspot_img