কীৰ্তিকমলৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ গোচৰ

  • কীৰ্তিকমলৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ গোচৰ
  • ডেৰ লাখ টকা ক্ষতিপূৰণ কিয় দিয়া নাই সেই সন্দৰ্ভত শ্ব’ক’জ
  • অসম চৰকাৰৰ মুখ্য সচিবলৈ আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী
  • নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে অসম মানৱ অধিকাৰ আয়োগে
  • ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগেও ৰুজু কৰিছে গোচৰ
  • মানৱ অধিকাৰ সংগ্রাম সমিতিৰ অভিযোগ অনুসৰি গোচৰ পঞ্জীয়ন
  • নগাঁৱত ভুৱা এনকাউণ্টাৰত আহত হৈছিল কীৰ্তিকমল বৰা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...