অসম চৰকাৰৰ ‘কৰ্মশ্ৰী’ সন্মান ACS বিষয়া বিতোপন নেওগলৈ

কলিয়াবৰ পৰ্যটন খণ্ডক লৈ আগবঢ়োৱা সেৱাৰ বাবে অসম চৰকাৰৰ ‘কৰ্মশ্ৰী’ সন্মান ACS বিষয়া বিতোপন নেওগলৈ৷ ৰাজ্যপালে ঘোষণা কৰা এই বঁটা এপ্ৰিলত প্ৰদান কৰিব৷ বৰ্তমান বিতোপন নেওগ শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাবে কৰ্মৰত হৈ আছে। ইয়াৰ পূৰ্বে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি হিচাবে কৰ্মৰত হৈ আছিল বিতোপন নেওগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰাজিলৰ পিছত ভাৰতত খেলিব দুবাৰৰ FIFA বিশ্বকাপ বিজয়ী উৰুগুৱে

ভাৰতীয় ফুটবলৰ বাবে আহি আছে এক ঐতিহাসিক ক্ষণ। পাঁচবাৰৰ...

মহাৰাষ্ট্ৰৰ টেক্সি আৰু অটো চালকসকলৰ বাবে সকাহ: মাৰাঠী ভাষা শিকিবলৈ ১ বছৰ সময় বান্ধি দিলে চৰকাৰে

মহাৰাষ্ট্ৰ চৰকাৰে অনা-মাৰাঠীভাষী টেক্সি আৰু অটো-ৰিক্সা চালকসকলৰ বাবে এক...

চিকিৎসা বিজ্ঞানত ৰচনা নতুন ইতিহাস , AI সহায়ত মগজুৰ অস্ত্ৰোপচাৰ , সফলভাৱে আঁতৰোৱা হ’ল টিউমাৰ

চিকিৎসা বিজ্ঞানত নতুন ইতিহাস ৰচনা কৰি বিশ্বৰ প্ৰথম ৰোগীৰ...