সাংসদ প্ৰদ্যুৎ বৰদলৈ ক’ভিডত আক্ৰান্ত

সাংসদ প্ৰদ্যুৎ বৰদলৈ ক’ভিডত আক্ৰান্ত। নগাঁৱৰ কংগ্ৰেছী সাংসদগৰাকীৰ দেহত পোৱা গৈছে ক’ভিড ভাইৰাছ। ইফালে সমগ্ৰ বিশ্বতে অব্যাহত আছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত বিশ্বজুৰি ক’ভিডত আক্ৰান্ত ৩১ লাখ ৭৩ লাখ। ইউৰোপৰ দেশ ফ্ৰান্স দৈনিক আক্ৰান্তৰ শীৰ্ষত। এক্টিভ কেছৰ শীৰ্ষত মাৰ্কিন যুক্তৰাষ্ট্ৰ। বিশ্বত বৰ্তমান ৬ কোটি ৮৮ লাখ এক্টিভ কেছ। ইয়াৰে ২ কোটি ৭৪ লাখেই আমেৰিকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাৰাষ্ট্ৰৰ টেক্সি আৰু অটো চালকসকলৰ বাবে সকাহ: মাৰাঠী ভাষা শিকিবলৈ ১ বছৰ সময় বান্ধি দিলে চৰকাৰে

মহাৰাষ্ট্ৰ চৰকাৰে অনা-মাৰাঠীভাষী টেক্সি আৰু অটো-ৰিক্সা চালকসকলৰ বাবে এক...

চিকিৎসা বিজ্ঞানত ৰচনা নতুন ইতিহাস , AI সহায়ত মগজুৰ অস্ত্ৰোপচাৰ , সফলভাৱে আঁতৰোৱা হ’ল টিউমাৰ

চিকিৎসা বিজ্ঞানত নতুন ইতিহাস ৰচনা কৰি বিশ্বৰ প্ৰথম ৰোগীৰ...

উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত: দুয়োগৰাকী পাইলটৰ কৰুণ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰত বৃহস্পতিবাৰে বিয়লি এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত...