বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ। পৰ্যায়ক্ৰমে মুকলি কৰি দিয়া হ’ব দেশৰ সকলো শিক্ষানুষ্ঠান। ক’ভিডৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে ছাত্ৰ ছাত্ৰীৰ দুটাকৈ শিক্ষাবৰ্ষ ক্ষতি হোৱাৰ পিছত চৰকাৰে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

শীঘ্ৰে এই সন্দৰ্ভত SOP প্ৰকাশ পাব। বিভিন্ন ৰাজ্যত উত্থাপিত হৈছে স্কুল-কলেজ খুলি দিয়াৰ দাবী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...