অব্যাহত থাকিব নৈশ সান্ধ্য আইন, সাপ্তাহিক কাৰ্ফিউ প্ৰত্যাহাৰ

  • কৰ’নাৰ সংক্ৰমণ হ্ৰাস!
  • দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন প্ৰত্যাহাৰ
  • ৫০% আসনেৰে চিনেমা, ৰেস্তোৰাঁ মুকলিৰ অনুমতি
  • প্ৰত্যাহাৰ দোকান-বজাৰ খোলাৰ যুগ্ম-অযুগ্ম নীতি
  • ১০০% দোকানেই খোলাৰ অনুমতি
  • অব্যাহত থাকিব নৈশ সান্ধ্য আইন
  • ‍বিগত এসপ্তাহত লক্ষ্যণীয়ভাৱ হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম-অৰুণাচল সীমান্তত উত্তেজনা, অসমৰ যুৱকক প্ৰহাৰৰ ঘটনাক লৈ উত্তাল ভালুকপুং

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ভালুকপুঙত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।...