ৰাজনীতি

বিধানসভা নিৰ্বাচন পিছুওৱাৰ দাবী পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

বিধানসভা নিৰ্বাচন পিছুৱাবলৈ দাবী জনাইছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে। অহা ১৪ ফেব্ৰুৱাৰীত গুৰু ৰবিদাস জয়ন্তীৰ বাবে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ দিন ৬দিন পিছুওৱাবলৈ দাবী...

৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা | মণিপুৰত দুটা পৰ্যায়ত নিৰ্বাচন

৫খন ৰাজ্যৰ বাবে মুঠ ৭টা পৰ্যায়ত নিৰ্বাচনউঃপ্ৰদেশত ১০,১৪,২০,২৩,২৭ ফেব্ৰুৱাৰী,৩,৭ মাৰ্চত ভোটপঞ্জাব, উত্তৰাখণ্ড, গোৱাত ১৪ ফেব্ৰুৱাৰীত ভোটমণিপুৰত ২৭ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটমণিপুৰত ৩ মাৰ্চত ২য়...

পঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ গভীৰ ষড়যন্ত্ৰ নেকি? মোদীৰ নিৰাপত্তাৰ গাফিলতিক লৈ অব্যাহত প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ ক্ষেত্ৰত গাফলিতক লৈ বিভিন্ন মহলত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া। যোৱা বুধবাৰে পাঞ্জাৱ ভ্ৰমণৰ সময়ত মোগা-ফিৰোজপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ২০ মিনিট ধৰি...

বিমান বন্দৰলৈকে প্ৰাণ লৈ উপস্থিত হ’লোহি, মুখ্যমন্ত্ৰীক ধন্যবাদ জনালো বুলি কবা, বিষয়াসকলক উদ্দেশ্যি মোদীৰ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱৰ ফিৰোজপুৰত এখন নিৰ্বাচনী জনসভা আছিল। কৃষক আন্দোলন সমাপ্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পঞ্জাৱলৈ গৈছিল। বেয়া বতৰৰ বাবে বাথিণ্ডাৰ পৰা গাড়ীৰে...

মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ভগৱন্ত মান, কাৰ হাতলৈ যাব পঞ্জাৱ?

নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰতিটো দলে অব্যাহত ৰাখিছে তত্পৰতা। কি শাসক, কি বিৰোধী কোনো দলে পিছ পৰি ৰোৱা নাই। প্ৰতিটো দলে নিজৰ নিজৰ কৌশলেৰে প্ৰাৰ্থীসকলক আকৰ্ষণৰ...

Popular