অৱশেষত ধাৰ্য কৰা হ’ল দিন, ২৮ মাৰ্চত শপত ল’ব প্ৰমোদ সাৱন্তে

অৱশেষত জল্পনা-কল্পনাৰ অৱসান। ধাৰ্য কৰা হ’ল গোৱাৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ দিন। অহা ২৮ মাৰ্চত মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰলৈ শপতগ্ৰহণ কৰিব প্ৰমোদ সাৱন্তে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা ১০ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত গোৱা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী পদক লৈ যথেষ্ট চৰ্চা চলিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...