২০২১ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ১৮০জন সন্ত্ৰাসবাদী

২০২১ বৰ্ষত ১৮০জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছে। যোৱা বছৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে অহৰহ পদক্ষেপ গ্ৰহণ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। লোকসভাত এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। চলিত বছৰতো কূটাঘাতমূলক কাৰ্য ৰোধৰ বাবে তত্পৰ হৈছে নিৰাপত্তাৰক্ষী। সীমান্তৰে অনুপ্ৰৱেশ যাতে কোনো কাৰণতে হব নোৱাৰে তাৰ বাবে সময়ে সময়ে অভিযান অব্যাহত ৰখা হৈছে। পাকিস্তান সীমান্তৰে ভাৰতত অবৈধভাবে প্ৰৱেশ কৰা কেইবাজনো অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰিছে। আনহাতে, আৰক্ষী, অৰ্ধ সামৰিক বাহিনীক লক্ষ্য কৰি লোৱা কেইবাজনো সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিছে নিৰাপত্তাৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...