বিশ্ব মৌখিক স্বাস্থ্য দিৱসত গণসজাগতাৰ প্ৰয়াস

বিশ্ব মৌখিক স্বাস্থ্য দিৱস উপলক্ষ্যে বিশেষ কাৰ্যসূচী। সপ্তাহজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে শিলচৰত। ইয়াৰ অংশৰূপে আজি চৰকাৰী ডেণ্টেল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ৰূপায়ণ কৰে বিশেষ কাৰ্যসূচীৰ। কলেজখনৰ অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে শিলচৰৰ ঘুংঘুৰ অঞ্চলত সজাগতামূলক সমদল বাহিৰ কৰে। কলেজখনৰ অধ্যক্ষা মঞ্জুলা দাস, অধ্যাপক দেৱদূত কাকতিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বুধবাৰে বাটৰ নাট, নাট্য প্ৰদৰ্শন, সাধাৰণ লোকৰে মত বিনিময় কাৰ্যসূচীৰো ৰূপায়ণ কৰিব শিলচৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...