ৰাজনীতি

মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি, ২৪ ‍বছৰৰ পিছত গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা সভাপতি

মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি। AICCৰ সভাপতি নিৰ্বাচনৰ ভোটগণনা সম্পন্ন। বিশাল ভোটৰ ব্যৱধানত বিজয়ী মল্লিকাৰ্জুন খাৰ্গে। নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গে পালে ৭,৮৯৭টা ভোট। ইয়াৰ বিপৰীতে...

AIUDFক বাদ দি বিৰোধী মহাজোঁট গঠন কৰিব কংগ্ৰেছে

২০২৪ৰ লোকসভা নিৰ্বাচনত AIUDFৰে মিত্ৰতাৰ প্ৰস্তাৱ নাকচ ভূপেন বৰাৰ। বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল AIUDFএ। ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই...

জয়ৰ বাবে কঠিন কোনো এটা সমষ্টি অগপক এৰি দিয়াৰ পৰিকল্পনা বিজেপিৰ

দুই মিত্ৰদল অগপ আৰু UPPLক এখনকৈ আসন এৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত ১২খন আসনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। মঙলবাৰে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে বিজেপিৰ ৰাজ্যিক...

চীনক লগত লৈ নতুন ষড়যন্ত্ৰ বাংলাদেশৰ

বিভিন্ন ধৰণে আৰু বিভিন্ন উপায়েৰে নিৰৱচ্ছিন্নভাৱে ভাৰতৰ ক্ষতিসাধন কৰি অহা বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে এইবাৰ আৰম্ভ কৰিছে ভাৰতবিৰোধী জলসন্ত্ৰাসবাদ। তিস্তা নদীক কেন্দ্ৰ কৰি আৰম্ভ...

মনীষ ছিছোডিয়ালৈ পুনৰ চমন জাৰি CBIৰ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়ালৈ পুনৰ CBIৰ চমন। দিল্লীৰ বিতৰ্কিত আবকাৰী নীতিৰ গোচৰত সোমবাৰে পুৱা ১১ বজাত CBIৰ কাৰ্যালয়ত হাজিৰ হ’‍বলৈ নিৰ্দেশ দিয়া হৈছে ছিছোডিয়াক।...

Popular