AIUDFক বাদ দি বিৰোধী মহাজোঁট গঠন কৰিব কংগ্ৰেছে

২০২৪ৰ লোকসভা নিৰ্বাচনত AIUDFৰে মিত্ৰতাৰ প্ৰস্তাৱ নাকচ ভূপেন বৰাৰ। বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল AIUDFএ। ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্পষ্টভাৱে জনালে ছদ্মৱেশী দলৰে মিত্ৰতা নকৰে কংগ্ৰেছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...