মুন্নাভাইৰূপী চিকিৎসকৰ ভয়ংকৰ কাণ্ড

ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী। চৰকাৰী নথিপত্ৰ নোহোৱাকৈ বিভাগীয় অকৰ্মন্যতাত গঢ়ি উঠা এনে ফাৰ্মাচী তথা ভুৱা চিকিৎসকে হেতালি খেলিছে জনস্বাস্থ্যক লৈ। বিভিন্ন সময়ত মুন্নাভাই সদৃশ ভুৱা চিকিৎসকৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে বহুজনে। এইবাৰ তেনে ঘটনাৰ পুনৰাবৃত্তি জুৰীয়াত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...