মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি, ২৪ ‍বছৰৰ পিছত গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা সভাপতি

মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি। AICCৰ সভাপতি নিৰ্বাচনৰ ভোটগণনা সম্পন্ন। বিশাল ভোটৰ ব্যৱধানত বিজয়ী মল্লিকাৰ্জুন খাৰ্গে। নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গে পালে ৭,৮৯৭টা ভোট। ইয়াৰ বিপৰীতে শশী থাৰুৰে পালে ১,০৭২টা ভোট। মুঠ ৯,৪৯৭ ভোটৰ গণনা সম্পন্ন হয়, ইয়াৰে নাকচ হৈছে ৪১৬টা ভোট। জয়লাভৰ পিছতে মল্লিকাৰ্জুন খাৰ্গেক অভিনন্দন শশী থাৰুৰৰ। AICCৰ সন্মুখত ৰাহুল গান্ধী জিন্দাবাদ ধ্বনি। ২৪ ‍বছৰৰ পিছত গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা সভাপতি পদত অধিষ্ঠিত হ’ব মল্লিকাৰ্জুন খাৰ্গে। দলত প্ৰাণ সঞ্চাৰ কৰাৰ প্ৰতিশ্ৰুতি মল্লিকাৰ্জুনৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...