মৌখিক পৰীক্ষাৰ সময়ত ৰেকৰ্ড হ’ব নে? ভিক্টৰ দাসৰ প্ৰশ্ন

0 2,377

ৰিজাল্ট দিলেই নহ’ব, ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰ প্ৰকাশ কৰিব লাগে। মৌখিক পৰীক্ষাৰ সময়ত ৰেকৰ্ড হ’ব নে? ভিক্টৰ দাসৰ কোচ্চিং চেণ্টাৰৰ পৰা ১০০০তকৈ অধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। অনলাইন ক্লাচ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰিলে এহেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী।

Leave A Reply

Your email address will not be published.