চীনক লগত লৈ নতুন ষড়যন্ত্ৰ বাংলাদেশৰ

বিভিন্ন ধৰণে আৰু বিভিন্ন উপায়েৰে নিৰৱচ্ছিন্নভাৱে ভাৰতৰ ক্ষতিসাধন কৰি অহা বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে এইবাৰ আৰম্ভ কৰিছে ভাৰতবিৰোধী জলসন্ত্ৰাসবাদ। তিস্তা নদীক কেন্দ্ৰ কৰি আৰম্ভ কৰা এই জলসন্ত্ৰাসবাদৰ ক্ষেত্ৰত বাংলাদেশৰ মুখ্য সহযোগী হৈছে ভাৰতৰ চিৰশত্ৰু, সম্প্ৰসাৰণবাদী ৰঙাচীন। লক্ষ্যণীয়ভাৱে বেদখলীকৃত তিব্বতত; চাংপোনদীৰ ওপৰত অত্যাচাৰ চলাই ইতিমধ্যে চীন ভাৰতবিৰোধী জলসন্ত্ৰাসবাদৰ মূল হোতা হৈ উঠিছে। সেই চীনেই এই‍বাৰ বাংলাদেশৰ সহযোগী হৈছে একেই ভাৰত বিৰোধী ষড়যন্ত্ৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...