এটা পষেকতে মৃত্যু ১৫টাকৈ হাতীৰ

হাতী-মানুহৰ সংঘাতে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চৰকাৰৰ অকৰ্মণ্য বন বিভাগৰ বদান্যতাত এটা পষেকৰ ভিতৰতে ৰাজ্যত মৃত্যু হৈছে কমেও ১৫টাকৈ বনৰীয়া হাতীৰ। বিগত ২৪ ঘণ্টাৰ ভিতৰতে কলিয়াবৰ আৰু গোৱালপাৰাৰ পৰা আহিছে ২টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ খবৰ। ইপিনে, নুমলীগড়ত দীৰ্ঘসময় ধৰি বন্যহস্তীয়ে অৱৰোধ কৰিলে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...