চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই ১৭ অক্টোবৰত প্ৰকাশিত হ’ল ৰাজ্য চৰকাৰৰ পোনপটীয়া নিযুক্তিৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। ১৮ অক্টোবৰতহে আকৌ ছেবাৰ ৱেবছাইটযোগে ওলাল পৰীক্ষাৰ ফলাফল। ১৩,৩৪১টা পদৰ বিপৰীতে উত্তীৰ্ণৰ সংখ্যা ২৬,৬৮২ গৰাকী। পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় চাৰে চাৰি লাখ পৰীক্ষাৰ্থী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...