কনিষ্টবল নিযুক্তিত ভুৱা নথি দাখিল কৰি গ্ৰেপ্তাৰ

কনিষ্টবলত নিযুক্তি কেলেংকাৰিত ভুৱা নথি দাখিল কৰি CIDৰ জালত ৮ অভিযুক্ত। মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয় ৮ অভিযুক্তক। আদালতে দুদিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰে জালিয়াতিৰে চাকৰি ল’‍ব বিচৰা ৮ অভিযুক্তক। তাৰ মাজতে ধিং আৰক্ষীৰ জালত পৰিছে আন এটা অভিযুক্ত?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...