ৰাজনীতি

হিমাচল প্ৰদেশত সংকটত কংগ্ৰেছ চৰকাৰ

হিমাচল প্ৰদেশত সংকটত কংগ্ৰেছ চৰকাৰৰাজ্যসভাত জয়ৰ পিছত আস্থা ভোটৰ দাবী বিজেপিৰপুৱাই ৰাজ্যপালক সাক্ষাৎ বিৰোধী দলপতি জয়ৰাম ঠাকুৰৰসুখবিন্দৰ সিং সুখো চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নথকাৰ দাবীমঙলবাৰে ৬...

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী৮ মাৰ্চত কাজিৰঙাত নিশা কটাব প্ৰধানমন্ত্ৰীয়েকঁহৰাস্থিত আৰক্ষী অতিথিশালাত প্ৰধানমন্ত্ৰীয়ে কটাব নিশাটো৯ মাৰ্চৰ পুৱা কঁহৰা বনাঞ্চল দৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়েকাজিৰঙাৰ পৰা...

ৰাজ্যিক বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বৰ টেবুলত

ৰাজ্যিক বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বৰ টেবুলতসাম্ভাৱ্য প্ৰাৰ্থী তালিকাত ৰথী-মহাৰথীৰ নামসৰ্বানন্দ সোণোৱালক বিচাৰিছে ৩টা সমষ্টিৰ কাৰ্যকৰ্তাইগুৱাহাটী, ডিব্ৰুগড় আৰু লখিমপুৰে বিচাৰিছে সোণোৱালকডিফুত হ’ব পাৰে...

দুখীয়াৰ জীৱনলৈ পোহৰ অনাটো হৈছে মোদী চৰকাৰৰ গেৰাণ্টী : অশোক সিংহল

মিছন বসুন্ধৰা ২.০-ৰ অধীনত ঢেকিয়াজুলি সমষ্টিৰ হিতাধিকাৰীসকললৈ ভূমি পট্টা বিতৰণ মন্ত্ৰী অশোক সিংহলৰ সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিতো খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰা হয়...

এই সপ্তাহতে বলৱৎ হ’ব সংশোধিত নাগৰিকত্ব আইন

বহু বিতৰ্ক আৰু প্ৰতিবাদৰ পিছতো সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই সপ্তাহৰ পৰাই দেশজুৰি আনুষ্ঠানিকভাৱে বলৱৎ হ’ব CAA। গৃহ...

Popular