দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী

0 256

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী
৮ মাৰ্চত কাজিৰঙাত নিশা কটাব প্ৰধানমন্ত্ৰীয়ে
কঁহৰাস্থিত আৰক্ষী অতিথিশালাত প্ৰধানমন্ত্ৰীয়ে কটাব নিশাটো
৯ মাৰ্চৰ পুৱা কঁহৰা বনাঞ্চল দৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
কাজিৰঙাৰ পৰা পোনে পোনে যোৰহাটলৈ যাব প্ৰধানমন্ত্ৰী
যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি কৰিব উন্মোচন
যোৰহাটত এক বিশাল জনসভাও সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
বিয়লি যোৰহাটৰ পৰা দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী মোদীয়ে

Leave A Reply

Your email address will not be published.