ৰাজ্যিক বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বৰ টেবুলত

ৰাজ্যিক বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বৰ টেবুলত
সাম্ভাৱ্য প্ৰাৰ্থী তালিকাত ৰথী-মহাৰথীৰ নাম
সৰ্বানন্দ সোণোৱালক বিচাৰিছে ৩টা সমষ্টিৰ কাৰ্যকৰ্তাই
গুৱাহাটী, ডিব্ৰুগড় আৰু লখিমপুৰে বিচাৰিছে সোণোৱালক
ডিফুত হ’ব পাৰে মহিলা প্ৰাৰ্থী নন্দিতা গাৰ্লোছা
সাংসদ হৰেণ সিং বে’ৰ বিকল্প হ’ব পাৰে অমৰসিং তিছো
শোণিতপুৰৰ প্ৰাৰ্থী হ’ব পাৰে বিধায়ক ৰঞ্জিত দত্ত
শিলচৰৰ পৰা নিৰ্বাচন খেলিব পাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
যোৰহাটত তপন গগৈয়ে পুনৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা
নগাঁৱক লৈ এতিয়াও অনিশ্চয়তাত বিজেপি
দৰং-ওদালগুৰিত দিলীপ শইকীয়াৰ ভাগ্য পুনৰ উদয় হোৱাৰ সম্ভাৱনা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...