হিমাচল প্ৰদেশত সংকটত কংগ্ৰেছ চৰকাৰ

হিমাচল প্ৰদেশত সংকটত কংগ্ৰেছ চৰকাৰ
ৰাজ্যসভাত জয়ৰ পিছত আস্থা ভোটৰ দাবী বিজেপিৰ
পুৱাই ৰাজ্যপালক সাক্ষাৎ বিৰোধী দলপতি জয়ৰাম ঠাকুৰৰ
সুখবিন্দৰ সিং সুখো চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নথকাৰ দাবী
মঙলবাৰে ৬ কংগ্ৰেছ বিধায়কে ভোট দিছিল বিজেপিক
বিদ্ৰোহী ৬ বিধায়কৰ মতে ২৬ কংগ্ৰেছী বিধায়ক মুখ্যমন্ত্ৰী সুখোলৈ নাই সমৰ্থন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...