দৈনিক বাতৰি

এই ৫টা কাম ৩০ জুনৰ ভিতৰত নকৰিলে ভৰিব লাগিব জৰিমনা

গুৱাহাটী, ১৯ জুন, NKTV: যদিও আপোনাৰ বহু কাম কৰ'না মহামাৰীৰ বাবে সম্পন্ন হোৱা নাই, কিন্তু কিছুমান এনে কাম আছে যিবোৰ আপুনি এই মাহতে কৰি থ'ব...

বিদ্যুৎ চুৰি! ফাদিল হ’ল একাংশ মহানাগৰিকৰ ফোপোলা আভিজাত্য

গুৱাহাটী, ১৯ জুন, NKTV: শুকুৰবাৰে APDCLৰ জালুকবাৰী উপসংমণ্ডলে জালুকবাৰী আৰক্ষী থানাৰ আৰক্ষীৰ সহায়ত বৰিপাৰাৰ আছাম ষ্টেট হাউছিং বৰ্ডৰ কমিছনাৰৰ নামত থকা হাউছিং কমপ্লেক্সত অভিযান চলাই...

২১ জুনৰ পৰা ক’ত, কেনেকৈ ল’ব পাৰিব ভেকচিন?

গুৱাহাটী, ১৯ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ'বলগীয়া বৰ্দ্ধিত টীকাকৰণ অভিযান সন্দৰ্ভত ৰাজ্যখনৰ সকলাে জিলাৰ উপায়ুক্ত, আৰক্ষী...

স্তব্ধ ‘উৰন্ত শিখ’ৰ জীৱন ৰথ…

থমকিল উৰন্ত শিখৰ দৌৰ৯১বছৰ বয়সত স্তব্ধ দুৰন্ত মানৱৰ জীৱনৰ ৰথকিম্বদন্তী স্প্ৰিণ্টাৰ মিলখা সিঙৰ মহাপ্ৰয়াণশোকস্তব্ধ দেশৰ ক্ৰীড়া মহলকমনৱেলথ গেমছৰ স্বৰ্ণবিজয়ী দৌৰবিদৰ মৃত্যুত মৰ্মাহত দেশবাসী সম্পূৰ্ণ একমাহ...

২০২১ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা

গুৱাহাটী, ১৯ জুন, NKTV: বিশিষ্ট চিত্র, ভাস্কৰ্য্য শিল্পী সােণাৰাম নাথ আৰু বিশিষ্ট লােকনৃত্য শিল্পী দ্রোণ ভূঞালৈ ২০২১ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা। ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে ২০...

Popular