দৈনিক বাতৰি

আজিৰ পৰা কোন ৰাজ্যত পুনৰ খোলা হৈছে শিক্ষা প্ৰতিষ্ঠান সমূহ?

গুৱাহাটী, ১৫ জুলাই, NKTV: গুজৰাটত আজিৰে ৫০% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সৈতে দ্বাদশ শ্ৰেণী আৰু মহাবিদ্যালয়সমূহ পুনৰ খোলা হ'ব। আজিৰে পৰা গুজৰাটত আৰম্ভ হ'বলগীয়া ক্লাছ সম্পৰ্কে যোৱা...

ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা; কুৰুক্ষেত্ৰত পৰিণত চন্দ্ৰপুৰ!

কুৰুক্ষেত্ৰত পৰিণত চন্দ্ৰপুৰনিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষীখেদি খেদি চন্দ্ৰপুৰবাসীক প্ৰহাৰআৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ১০ জনডাম্পিং গ্ৰাউণ্ডৰ বিৰোধীতাৰে কৰিছিল পথ অৱৰোধ গুৱাহাটী, ১৪ জুলাই, NKTV: অৱশেষত চন্দ্ৰপুৰবাসীৰ...

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ

গুৱাহাটী, ১৪ জুলাই, NKTV:  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি ৰখা কৰ্মচাৰীৰ মৰগীয়া বানচ মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে।...

গুৰুগ্ৰামত অসমৰ দুজন লোকক হত্যাৰ গোচৰ CBIলৈ

গুৱাহাটী, ১৪ জুলাই, NKTV: নতুন দিল্লীৰ নিকটৱৰ্তী গুৰুগ্ৰামত অসমৰ দুগৰাকী ব্যক্তিক হত্যা কৰা গোচৰৰ CBI তদন্ত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৰুগ্ৰামৰ এখন হাস্পতালত বিগত...

‘উড়তা পাঞ্জাৱ’ নহয়, এইবাৰ ‘উড়তা অসম’

উড়তা পাঞ্জাৱ নহয় উড়তা অসম২৭ কেজি হেৰ’ইন, ১৩ লাখ ৬ হাজাৰ টেবলেট, ১২ হাজাৰ ৮২৩ কেজি গাঞ্জাদুমাহত জব্দ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ-নিচাযুক্ত সামগ্ৰী১১২১টা গোচৰ,...

Popular