দৈনিক বাতৰি

সুখবৰ! নৈৰ পাৰলৈ আহিলেই পাব হাস্পতাল…

উত্তৰ পাৰৰ নৈপৰীয়া ৰাইজলৈ সুখবৰ বিহপুৰীয়া, বিহালী, গহপুৰৰ ৰাইজলৈ বিশেষ উপহাৰ এখন নাৱে আনিছে আশাৰ বতৰা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ৰাইজৰ বাবে এখন ভ্রাম্যমান চিকিৎসালয়ে কঢ়িয়াই...

বজালী জিলাত আৰম্ভ হৈছে শ্বেত বিপ্লৱ

সীতাজখলাৰ পিছত বজালীত দুগ্ধ বিপ্লৱবজালীৰ গাখীৰ ক্ৰয় কৰিছে পূৰবী আৰু আমুলে১০-১৫ হাজাৰ লিটাৰ গাখীৰ ক্ৰয় কৰে আমুলে গুৱাহাটী, ২২ জুন, NKTV: সীতাজখলাৰ পিচত এইবাৰ নামনি অসমৰ...

কামাখ্যালৈ আহিছে ‘চাইকেল বাবা’

গুৱাহাটী, ২২ জুন, NKTV: আজিৰ পৰা আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি। বিয়লি ২বাজি ৬ মিনিট ৭ ছেকেণ্ডৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হৈছে যদিও এইবাৰ কামাখ্যাত অনুষ্ঠিত নহয়...

বৃহস্পতিবাৰৰ পৰা AIIMSত ২-৬ বছৰীয়া শিশুৰ বাবে ভেকচিন ট্ৰায়েল

গুৱাহাটী, ২২ জুন, NKTV: এইমছ (AIIMS)ত শিশুসকলৰ ওপৰত চলি থকা ভেকছিনৰ (ক'ভাক্সিন) পৰীক্ষণ শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। পৰীক্ষণৰ প্ৰথম পালিটো এইমছত ১২ৰ পৰা ১৮ বছৰ...

গোলাঘাট জিলাতো লকডাউন হোৱাৰ সম্ভাৱনা!

গুৱাহাটী, ২২ জুন, NKTV: সমগ্ৰ দেশতেই অব্যাহত কৰ'না মহামাৰীৰ সংহাৰীৰূপ। কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হৈছে দেশৰ লাখ লাখ লোকৰ। ইয়াৰ সমান্তৰালভাৱে অসমতো অব্যাহত আছে কৰ'না মহামাৰীৰ...

Popular