দৈনিক বাতৰি

ক’ত আছে SOHUMৰ স্বত্বাধিকাৰী সন্দীপ জালান?

গুৱাহাটী, ২৩ জুন, NKTV: সন্ধানহীন হৈ আছে ব্যৱসায়ীক প্ৰতিষ্ঠান শ্ব'হমৰ স্বত্বাধিকাৰী সন্দীপ জালান। মঙলবাৰে সন্ধিয়া সান্ধ্য ভ্ৰমণলৈ যোৱাৰ পিছৰেই পৰা সন্ধানহীন সন্দীপ জালান। বৰ্তমান সময়লৈকে সন্দীপৰ...

টঙৰা সত্ৰৰ প্ৰাংগনত ৰাজধানী মণ্ডল বিজেপিৰ ‘বলিদান দিৱস’ অনুষ্ঠান

গুৱাহাটী, ২৩ জুন, NKTV: ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আজি পুণ্য তিথি। BJPয়ে আজিৰ এই বিশেষক দিনটোক "বলিদান দিৱস" হিচাপে পালন কৰি আহিছে। টঙৰা সত্ৰৰ প্ৰাংগনত...

কিমিন সীমা সমস্যাকলৈ পেমা খাণ্ডু- হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

গুৱাহাটী, ২২ জুন, NKTV: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমিন সীমান্ত সমস্যা সমাধানৰ বাবে বৈঠকত মিলিত হ'ব। প্ৰতিবেদন অনুসৰি, অৰুণাচলৰ...

ভুৱা TRP গোচৰ: অভিযোগনামাত অভিযুক্ত হিচাপে নামাকৰণ অৰ্ণব গোস্বামীক

গুৱাহাটী, ২২ জুন, NKTV: মুম্বাই আৰক্ষীয়ে মঙলবাৰে আদালতত দাখিল কৰা দ্বিতীয় অভিযোগপত্ৰত টিআৰপি (টেলিভিছন ৰেটিং পইণ্ট) কেলেংকাৰীৰ অভিযুক্ত হিচাপে জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামী আৰু ৰিপাব্লিক...

৯ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম

স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাক কামকাজৰ নিৰীক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ গুৱাহাটী, ২২ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নির্মীয়মান মাধৱদেৱ...

Popular