মূল্যবৃদ্ধি হোৱা মানেই দেশখনৰ উন্নয়ন হোৱা : ৰূপম গোস্বামী

গুৱাহাটী, ১৭ জুলাই, NKTV:  বাজেট সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদমেল। সংবাদমেল সম্বোধন মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ। পোনপ্ৰথমবাৰৰ বাবে মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিছে, মহিলা সৱলীকৰণৰ বাবে এয়া উদাহৰণ, মাইক্ৰ’ফানেন্সৰ ঋণৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতি পালন কৰিছে। অৰ্থনীতিৰ সংজ্ঞাৰে মূল্যবৃদ্ধি সন্দৰ্ভত ৰূপম গোস্বামীয়ে কয়, মূল্যবৃদ্ধি হোৱা মানেই দেশখনৰ উন্নয়ন হোৱা, এতিয়া জীয়াই থকাটোৱেই ডাঙৰ চেলেঞ্জ।

জনসাধাৰণৰ ওপৰত কোনো অতিৰিক্ত কৰৰ বোজা জাপি দিয়া নাই, অসমক স্বাৱলম্বী কৰিবলৈ যথেষ্ট আঁচনি গ্ৰহণ বাজেটত,সামগ্ৰিকভাৱে চৰকাৰখনে শিক্ষাখণ্ডৰ ওপৰত অধিক গুৰুত্ব দিছে,আন্তঃগাঠনি, গ্ৰাম্য উন্নয়ন, গৃহ বিভাগ আদিত অধিক গুৰুত্ব দিছে,প্ৰতিটো শ্ৰেণী, প্ৰতিটো বৰ্গক এই বাজেটে স্পৰ্শ কৰিছে,অহা বছৰ ফেব্ৰুৱাৰীত আকৌ নতুন বাজেট আহিব,এই বাজেটখন আহিবলগীয়া বাজেটৰ এটা আভাস হে,ভাৰতৰ ৫ ৰাজ্যৰ ভিতৰত অসমক শক্তিশালী কৰিবলৈ এই বাজেট।

কংগ্ৰেছে ভাবিবই পৰা নাই যে এখন চৰকাৰে ৮০ হাজাৰ কোটি খৰছ কৰিব পাৰে,বিধৱা, দিব্যাংগ, বৃদ্ধ পেঞ্চন এইবোৰ কম সকাহ নে,এয়া কংগ্ৰেছে ভাল পোৱা নাই, সমালোচনা কৰাটো স্বাভাৱিক,দুৰ্নীতিৰে ধন আহৰণৰ হে ব্যৱস্থা লাগে কংগ্ৰেছে, কৰ’না কালত মূল্যবৃদ্ধি অস্বাভাৱিক নহয়,জনসাধাৰণৰ আয় বৃদ্ধিৰ ব্যৱস্থা কৰিছে চৰকাৰে : ৰূপম গোস্বামী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...