বাৰিষাত উদ্ধাৰ হোৱা জীৱ-জন্তুৰে মাজুলীত চিৰিয়াখানা

গুৱাহাটী, ১৭ জুলাই, NKTV: মাজুলীৰ দক্ষিণপাট সত্ৰত গঢ় লৈ উঠা এখন চিৰিয়াখানাই ক্ৰমে বৰ্ধিত ৰূপ পাইছে। প্ৰতি বছৰে বাৰিষাৰ সময়ত মাজুলীৰ গাঁৱে ভুঁঞে উদ্ধাৰ হয় বিবিধ প্ৰজাতিৰ জীৱ-জন্তু। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বানত উটি আহি মাজুলীত উদ্ধাৰ হোৱা এই জীৱ জন্তু সমূহ গাঁৱৰ ৰাইজে ধৰি সত্ৰৰ এই চিৰিয়াখানা লৈ দান কৰে। আৰু এনেকৈয়ে ক্ৰমান্বয়ে বৰ্ধিত হৈছে ইয়াৰ আকাৰ। সত্ৰলৈ অহা দর্শনাৰ্থীৰ অন্যতম আকৰ্ষণ এই চিৰিয়াখানাখন। মাজুলীৰ পৰা মিটু খাটনিয়াৰৰ এক প্ৰতিবেদন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...