দৈনিক বাতৰি

নতুন SOPত কি কি আছে?

• ২৮ জুনৰ পৰা বলৱৎ হ’ব নতুন SOP• গুৱাহাটীত সান্ধ্য আইনত শিথিলতা• ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন• ৩ বজাত বন্ধ হ’ব দোকান-পোহাৰ•...

APSC কেলেংকাৰিৰ ফাইল পুনৰ খুলিছে হিমন্ত বিশ্ব শৰ্মাই

APSC কেলেংকাৰিৰ ফাইল পুনৰ খুলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইতদন্তৰ আওতালৈ আহিব বক্ৰপথেৰে চাকৰি লোৱা বহু DSPবৃহস্পতিবাৰে চমন জাৰি কৰিব সেইসকল DSPকপূৰ্বে গ্ৰেপ্তাৰ হৈছিল...

আজিয়েই কাৰাগাৰৰ পৰা ওলাব অখিল গগৈ

গুৱাহাটী, ২৫ জুন, NKTV: সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত মাতৃ-পুত্ৰক সাক্ষাতৰ অনুমতি অখিল গগৈক। আদালতক কৰা আবেদনৰ ভিত্তিত শুকুৰবাৰে দুদিনৰ বাবে অনুমতি NIAৰ আদালতৰ। এছক’ৰ্টসহ মাতৃ–পুত্ৰক সাক্ষাতৰ...

ভূৰাগাঁও ভ্ৰমণ কৰি ২০জুনত সংঘটিত ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ২৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ ভূৰাগাঁও ভ্ৰমণ কৰি যােৱা ২০ জুনত ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ এগৰাকী নাবালিকাক আতিশয্য চলাই হত্যা...

সুদীৰ্ঘ ডেৰ বছৰৰ পিছত মাতৃ-পুত্ৰক সাক্ষাতৰ অনুমতি অখিল গগৈক

গুৱাহাটী, ২৫ জুন, NKTV: সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত মাতৃ-পুত্ৰক সাক্ষাতৰ অনুমতি অখিল গগৈক। আদালতক কৰা আবেদনৰ ভিত্তিত শুকুৰবাৰে দুদিনৰ বাবে অনুমতি NIAৰ আদালতৰ। এছক’ৰ্টসহ মাতৃ–পুত্ৰক সাক্ষাতৰ...

Popular