মূল্যায়ন কেলেংকাৰিক লৈ মুখ খুলিলে শিক্ষামন্ত্ৰীয়ে

গুৱাহাটী, ২০ জুলাই, NKTV: অৱশেষত মূল্যায়ন কেলেংকাৰিক লৈ মুখ খুলিলে শিক্ষামন্ত্ৰীয়ে। এই কেলেংকাৰিক লৈ বিভাগীয় তদন্ত ঘোষণা শিক্ষামন্ত্ৰীৰ। শিক্ষা সচিব ধ্ৰুৱজ্যোতি দাসক তদন্তৰ দায়িত্ব। তদন্ত হ’ব মাধৱ ডেকা, ফুলপাহী নাথ, প্ৰশান্ত দাসৰ বিৰুদ্ধে। মূল্যায়ন কেলেংকাৰিৰ সৈতে সাঙোৰ খাইছিল এওঁলোকৰ নাম। বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকাৰ পদোন্নতিক লৈয়ো প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ।
‘মাধৱ ডেকাক পদোন্নতি নহয়, বদলিহে কৰা হৈছে’
বিভাগৰ নিৰীক্ষণত থাকিব বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকা

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত ওদালগুৰি-চৰাইদেউ

ওদালগুৰি আৰু চৰাইদেউৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ...

RRৰ অধিনায়ক পদ লাভ কৰি গৌৰৱান্বিত ৰিয়ান পৰাগ

‘IPL দল এটাক নেতৃত্ব দিব পৰাটো মোৰ বাবে গৌৰৱৰ...

বোকাখাতত ভুলুণ্ঠিত মানৱতা, পাষাণ পিতৃ-মাতৃয়ে মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক

কংক্ৰিটৰ এই পৃথিৱীৰ মাজত মানুহৰ মনবোৰো কংক্ৰিটৰ দৰে হৈ...

তীব্ৰবেগী ডাম্পাৰক নাকী লগাব কোনে? ডাম্পাৰৰ খুন্দাত পুনৰ প্ৰাণ গ’ল এজনৰ

ডাম্পাৰ 'বাহন' নে 'যমদূত'? এতিয়া যেন আতংকৰ আন এক...