দৈনিক বাতৰি

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জয়ন্ত হাজৰিকা। নিজৰ সুকীয়া কণ্ঠ, হৃদয়স্পৰ্শী সুৰ আৰু আধুনিক সংগীতৰ অভিনৱ পৰীক্ষাৰে...

“আমি গোটেইটো ‘অসম পৰিয়াল’, ‘জুবিন পৰিয়াল’ হ’ব নোৱাৰোনে?” — ন্যায়ৰ দাবীত সামাজিক মাধ্যমত আৱেগিক আহ্বান গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়ৰ দাবীত সমগ্ৰ অসমবাসীক একত্ৰিত হোৱাৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে। ছ’চিয়েল মিডিয়াত কৰা এটা ফেচবুক পোষ্টত তেওঁ প্ৰশ্ন কৰিছে,...

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে ২০০টা ব্ৰড গজৰ যাত্ৰীবাহী ডবা যোগান ধৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতে। এই প্ৰকল্পৰ অধীনত...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী চোৰ। কাহিলিপাৰাত এগৰাকী মহিলাৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল কেইদিনমান পূৰ্বে। প্ৰাপ্ত তথ্য অনুসৰি, দুই...

মন্দিৰত গণহত্যাৰ পৰিকল্পনা ১৯ বছৰীয়া যুৱকৰ; গুলী চলাবলৈ গৈ বিকল হ’ল বন্দুক, গ্ৰেপ্তাৰ অভিযুক্ত

আমেৰিকাৰ চিকাগোৰ সমীপৱৰ্তী ইলিনয়ছৰ অৰোৰা অঞ্চলত থকা এটা হিন্দু মন্দিৰত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত ১৯ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, যুৱকজনে...

Popular