দৈনিক বাতৰি

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় শাখাত ৰূপৰ পদক লাভ কৰাৰ লগে লগে ভাৰতৰ মুঠ পদকৰ...

নতুন দিল্লীৰ ‘বিকশিত ভাৰত’ৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান’ শীৰ্ষক সন্মিলনত কৃষি খণ্ডৰ সামগ্ৰিক ৰূপান্তৰৰ বাবে অঞ্চলভিত্তিক বিত্তীয় নীতিৰ পোষকতা অসমৰ বিত্ত মন্ত্ৰী জয়ন্ত...

অসমৰ সাঁচি উদ্যোগৰ বিপুল সম্ভাৱনা, প্ৰতিষ্ঠানিক ঋণ, মূল্য সংযোজন আৰু ৰপ্তানি আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব বিত্ত মন্ত্ৰী বৰুৱাৰ নতুন দিল্লীত অনুষ্ঠিত 'বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত...

“মই ভাবিছিলোঁ, মোৰ কেৰিয়াৰৰ সমাপ্তি ইয়াতেই”: চীনৰ হাতত চোৰাংচোৱা দল বন্দী হোৱাৰ অভিজ্ঞতা সুঁৱৰি কি ক’লে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে

দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নিজৰ কৰ্মজীৱনৰ আৰম্ভণিৰ এটা কঠিন অভিজ্ঞতাৰ কথা স্মৰণ কৰি কয় যে এটা চোৰাংচোৱা অভিযানৰ সময়ত তেওঁৰ প্ৰেৰণ কৰা...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে এক বিশাল আক্ৰমণ চলায়। ইয়াৰে শ শ ড্ৰোন ৰাছিয়াৰ ৰাজধানী মস্কোক লক্ষ্য কৰি প্ৰেৰণ কৰা...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি আনিছ উজ জামানৰ পৰলোকগমনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু...

Popular