দৈনিক বাতৰি

পৃথিৱী জ্বলিছে উষ্ণতাৰ জুইত! ২০২৬ৰ অক্টোবৰত উষ্ণতাৰ সৰ্বকালৰ নতুন অভিলেখ, বৃদ্ধি পাইছে বিশ্বজুৰি উদ্বেগ

মানৱজাতিৰ বাবে পুনৰ এক উদ্বেগজনক খবৰ। সদ্য সমাপ্ত অক্টোবৰ মাহটো নথিভুক্ত বতৰ বিজ্ঞানৰ ইতিহাসত আটাইতকৈ উষ্ণ অক্টোবৰ হিচাপে পৰিগণিত হৈছে। মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত...

কেম্ব্ৰিজৰ গ্ৰীক ৰেষ্টুৰেণ্টৰ প্ৰেমৰ পৰা ভাৰতৰ ৰাজনীতিলৈ ছোনিয়া গান্ধীৰ যাত্ৰা, আত্মজীৱনীত উন্মোচিত জীৱনৰ বহু অজানা অধ্যায়

ইটালীৰ এখন সৰু চহৰৰ পৰা আহি ভাৰতৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰা ছোনিয়া গান্ধীৰ জীৱন যেন এখন উপন্যাসৰ কাহিনী। প্ৰেম, পাৰিবাৰিক সম্পৰ্ক, শোক,...

‘ভয় আৰু উদ্বেগে জুমুৰি ধৰিছিল’! কেন্সাৰৰ সৈতে যুঁজৰ দুটা কঠিন অভিজ্ঞতাৰ কথা আত্মজীৱনীত প্ৰকাশ ছোনিয়া গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে জীৱনৰ এক অতি ব্যক্তিগত আৰু কঠিন অধ্যায়ৰ কথা প্ৰকাশ কৰিছে নিজৰ আত্মজীৱনী ‘Belonging: A Journey of Love’ত। ২০১০ চনত...

দ্বিতীয় বাৰৰ বাবে পলাল ‘ডুৱাৰ্ছ ৰাণী’ ! বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা পুনৰ অসমমুখী বাঘিনীক লৈ পুনৰ চিন্তিত বন বিভাগ

অসমৰ পৰা পশ্চিমবংগলৈ ঘূৰাই নিয়াৰ মাত্ৰ পাঁচ দিনৰ পিছতে পুনৰ পলায়ন কৰিছে ‘ডুৱাৰ্ছ ৰাণী’ নামৰ বাঘিনীয়ে। পশ্চিমবংগৰ প্ৰথমটো বাঘ স্থানান্তৰকৰণ কাৰ্যসূচীৰ অংশ হিচাপে বক্সা...

বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিলে DRI-য়ে; অস্ত্ৰধাৰী সন্দেহযুক্ত লোকৰ পৰা ৩.৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ

গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিছে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (DRI)। অভিযানত প্ৰায় ৩.৭ কিলোগ্ৰাম ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ কৰা হৈছে।...

Popular