অসম

আজি শ্বহীদ দিৱস! ৮৫৫ বীৰ শ্বহীদক ৰাজ্যজুৰি স্মৰণ

আজি শ্বহীদ দিৱস। অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে। প্ৰতিবছৰে ১০ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উছৰ্গা...

শুৱালকুছি আৰু উত্তৰ লখিমপুৰত নিৰ্মাণ হৈছে অত্য়াধুনিক ক্ৰীড়াপ্ৰকল্প, যুৱ প্ৰতিভাক ক্ৰীড়া আন্তগাঁথনি প্ৰদানৰ লক্ষ্য

অসমত ক্ৰীড়া আন্তগাঁথনি গঢ়ি উঠিবই লাগিব। সমগ্ৰ ৰাজ্যতে ক্ৰীড়াসুলভ পৰিৱেশ গঢ়ি তোলাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ৰাজ্যৰ বিভিন্ন স্থানত ক্ৰীড়া আন্তগাঁথনি নিৰ্মাণৰ...

কাছাৰৰ কুৰকুৰী চাহ বাগিচাত খাদ্যত বিষক্ৰিয়া, বিষাক্ত খিচিৰি খাই মৃত্যু এগৰাকী মহিলাৰ

কাছাৰৰ কুৰকুৰী চাহ বাগিচাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা। বিষক্ৰিয়াত আক্ৰান্ত হৈ স্বৰমতী মুণ্ডা নামৰ এগৰাকী ৫০ বছৰীয়া মহিলাই মৃত্যুক সাবটি লৈছে। কাটিগড়া সমষ্টিৰ চাহ বাগিচাখনত...

কেন্দ্ৰৰ সাহায্য তালিকাত স্থান নাপালে ক’ভিডত মৃত্যু হোৱা অসমৰ এজনো সাংবাদিকে

মহামাৰী ক'ভিড -১৯ত মৃত্যু হোৱা ১৯ ৰাজ্যৰ ১২৩ গৰাকী সাংবাদিকৰ পৰিয়ালক ৬ কোটি ১৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। কিন্ত উদ্বেগজনক...

বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক

সাম্প্ৰদায়িক অশান্তিৰ অভিযোগত আটক সত্যৰঞ্জন বৰাবিধায়ক আমিনুল ইছলামৰ বাসগৃহলৈ যোৱাৰ পথত আটকআৰক্ষীৰ বাধা নেওচি আমিনুল ইছলামৰ বাসগৃহলৈ গৈছিলনগাঁও জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াই বিধায়কৰ বাসগৃহলৈ...

Popular