বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক

  • সাম্প্ৰদায়িক অশান্তিৰ অভিযোগত আটক সত্যৰঞ্জন বৰা
  • বিধায়ক আমিনুল ইছলামৰ বাসগৃহলৈ যোৱাৰ পথত আটক
  • আৰক্ষীৰ বাধা নেওচি আমিনুল ইছলামৰ বাসগৃহলৈ গৈছিল
  • নগাঁও জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াই বিধায়কৰ বাসগৃহলৈ যোৱাত দিছিল বাধা
  • বটদ্ৰৱাৰ শান্তি জানত আটক হিন্দুত্ববাদী নেতাজনক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...