অসম

আজি উজনিলৈ সৰ্বানন্দ সোণোৱালৰ যাত্ৰা

জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয়টো দিনআজি উজনিলৈ সৰ্বানন্দ সোণোৱালৰ যাত্ৰামৰিগাঁও আৰু নগাঁও জিলা ভ্ৰমণ কৰিব সোণোৱালেমুঠ ৬টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সোণোৱালেজাগীৰোড,নগাঁও,বটদ্ৰৱাত আছে কাৰ্যসূচীজোঙালবলহুৰ প্ৰতিমূৰ্তিত...

বেংক লুট কৰিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত ৩টাকৈ ডকাইত

কোকৰাঝাৰত নিশা আৰক্ষী আৰু ডকাইতৰ এটা দলৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী। আৰক্ষীৰ গুলীত নিহত হয় ৩টাকৈ ডকাইত। ভোটগাঁও এলাহাবাদ বেংকৰ সমীপত সংঘটিত হয়...

উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰৰ ভিত্তিতেই কটনত হ’ব নামভৰ্তি

কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ নামভৰ্তি পৰীক্ষা বাতিলকটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে সদৰী কৰিছে এই কথাউচ্চতৰ মাধ্যমিক পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতেই কটনত হ’ব নামভৰ্তিঅনলাইন আবেদনৰ...

তালিবানক সমৰ্থন : AIUDFৰ সা:সম্পাদকক নিলম্বন

ফেচবুকত তালিবানৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হোৱাৰ পিছতে সাধাৰণ সম্পাদক ফজলুল কৰিম কাছিমিক নিলম্বন AIUDFৰ। আইনে নিজৰ পথ ল'ব বুলি প্ৰকাশ কৰি AIUDFৰ প্ৰচাৰৰ...

তালিবানক সমৰ্থন : আৰক্ষীৰ জালত ৱেব পৰ্টেলৰ ‘তথাকথিত’ সাংবাদিক

তালিবানৰ সমৰ্থনত ফেচবুকত পোষ্ট দি বাক্সাৰ শালবাৰীত গ্ৰেপ্তাৰ এজন। গ্ৰেপ্তাৰ ৰফিকুল ইছলাম নামৰ ৱেব পৰ্টেলৰ 'তথাকথিত' সাংবাদিকজন। তিনিটাকৈ ৱেব পৰ্টেলত কৰ্মৰত ধৃত ৰফিকুল ইছলাম।...

Popular