শিৱসাগৰ জিলা উপায়ুক্তৰ দেহত মাৰাত্মক ক’ভিড

নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ যেন ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এইবাৰ শিৱসাগৰ জিলা উপায়ুক্ত মেঘনিধি দহাল ক’ভিড পজিটিভ। উপায়ুক্তগৰাকীৰ পত্নী আৰু ভাতৃৰ দেহতো ধৰা পৰিছে ক’ভিড। তিনিওগৰাকীকে হোম কোৱাৰাণ্টইনত ৰখা হৈছে। জিলা উপায়ুক্তগৰাকী আক্ৰান্ত হোৱাৰ পিছতে পত্নী আৰু ভাতৃৰ কভিড পৰীক্ষা কৰোৱা হৈছিল। সপৰিয়ালে ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতে উপায়ুক্তগৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোকক কভিড টেষ্ট কৰাৰ পৰামৰ্শ আগবঢ়াইছে মেঘনিধি দহালে। আনহাতে, ক’ভিডক সহজভাবে নলৈ সকলো লোককে ক’ভিড বিধি মানি চলিবলৈ আহ্বান শিৱসাগৰবাসীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...