অসম

কঠোৰ হৈছে চৰকাৰ, প্ৰতিগৰাকী ACS বিষয়াই দিব লাগিব সম্পত্তিৰ হিচাপ

ACS বিষয়াক সম্পত্তিৰ হিচাপ দাখিলৰ নিৰ্দেশ। ৰাজ্যৰ কৰ্মচাৰী বিভাগে দিলে এই নিৰ্দেশনা। ACS বিষয়াসকলে নিজৰ নামত থকা স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ দিব লাগিব হিচাপ। ৩১ ডিচেম্বৰলৈকে...

কাইলৈ-পৰহিলৈ চৰকাৰী শিক্ষকে নাপায় বন্ধ, নিয়মীয়াভাবে চলিব পাঠদান

কাইলৈ বিশেষ ছুটী লাভ নকৰে চৰকাৰী শিক্ষকসকলে। ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী বন্ধ লাভ নকৰে শিক্ষক আৰু শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে। ৬ আৰু ৭ জানুৱাৰীৰ পৰিৱৰ্তে...

অৱশেষত জেৰাৰ সন্মুখীন মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাস

জেৰাৰ সন্মুখীন মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাস। দণ্ডাধীশ ৰিমজিম কোঁৱৰৰ জেৰাৰ সন্মুখীন অধ্যক্ষাগৰাকী। প্ৰায় ৩ ঘণ্টীয়া জেৰাৰ সন্মুখীন হ’ল জোনালী দাস। সংবাদ মাধ্যমৰ...

গুৱাহাটী পালেহি অ’মিক্ৰন, ডিগাৰুত ১৩ বছৰীয়া কিশোৰৰ দেহত মাৰাত্মক অ’মিক্ৰন

সোণাপুৰৰ ডিগাৰুত ১৩ বছৰীয়া কিশোৰৰ দেহত অ'মিক্ৰনৰ উপস্থিতি। দাস উপাধিৰ কিশোৰগৰাকীয়ে যোৱা ২২ ডিচেম্বৰত মেঘালয়ত কভিড পৰীক্ষা কৰাৰ অন্তত মঙলবাৰে অহা ফলাফল অনুসৰি অমিক্ৰণৰ...

IIT গুৱাহাটীত ক’ভিডৰ ভয়াৱহ ৰূপ, অৰ্ধশতাধিক ছাত্ৰ, অধ্যাপকৰ দেহত মাৰাত্মক ক’ভিড

নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ দ্ৰুতগতিত বাঢ়িছে সংক্ৰমণ। এইবাৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত কোভিডৰ সংক্ৰমণ। IITৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ...

Popular